
"ব'হাগ মাথো এটি ঋতু নহয় , নহয় ব'হাগ এটি মাহ, অসমীয়া জাতিৰ, ই আয়ুস-ৰেখা গণজীৱনৰ ই সাহ।" অসম তথা উত্তৰপূৰ্বাঞ্চলৰ সংস্কৃতিৰ লোকনৃত্য , লোক বাদ্যৰ আভাষ বিলাবলৈ সাজু হৈ উঠিছোঁ আমি শ্যামৰায়। অসম সন্তান আমি, অসমৰ ৰঙীনময় কলা কৃষ্টি- সংস্কৃতিৰ চহকী অসমখনক সৌ-গৌৰৱৰে দাঙিধৰাই হৈছে আমাৰ লক্ষ্য । মাথো বিচাৰিছো আপোনালোকৰ পৰা সহায়, আশীৰ্বাদ আৰু হিয়াভৰা মৰম। আমি নৱপ্ৰজন্মই বিচাৰিছো আপোনালোকৰ ৰঙীন বিহুমঞ্চ খন অসমৰ লুকাই থকা সেই বিনন্দীয়া সুৰৰ ৰস বিলাবলৈ আৰু এটি সুন্দৰ সন্ধিয়াক জিপাল কৰি তুলিবলৈ......❤️ আমাক আমন্ত্ৰণ জনাবলৈ যোগাযোগ কৰক -৭০৯৯৯১৯২১৩/৮৬৩৮৭৯৯৩৭৩/৮৬৩৮৭৭৩৪৮৭ . . . . . #orchestra#assam#folk#explore#bihul
This post was published on 15th March, 2026 by Sunita on her Instagram handle "@sunitakaushik5 (Sunita Kaushik)". Sunita has total 269.8K followers on Instagram and has a total of 1.6K post. Sunita receives an average engagement rate of 0.37% per post on Instagram. This post has received 5 comments which are lower than the average comments that Sunita gets. Overall the engagement rate for this post was lower than the average for the profile. #assam #bihul #explore #folk #orchestra has been used frequently in this Post.