
জুবিন দাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ৰ এটা সৰু অংশ হব পোৱা টো মোৰ সৌভাগ্য | কিন্তু তেখেতৰ এইখনেই যে শেষ ছবি হ ব কোনেনো ভাবিছিল ! চিনেমাখন শেষ হোৱা পাছত যিটো শূন্যতা অনুভৱ হৈছিল সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি | গোটেই অসমখনেই শূণ্য হৈ গল 😥😥 কিন্তু জুবিন দা সদায় আমাৰ মনৰ মাজত থাকিব | আমি সদায় তেওঁক উদযাপন কৰিব লাগিব | ❤️ মোৰ বন্ধু @meghranjani লগতো প্ৰথমবাৰ On Screen কাম কৰিলো ❤️ এই ছবি খনত এভুমুকি মাৰিবলৈ সুবিধা দিয়াৰ বাবে Zubeen Garg Rajesh Bhuyan Garrima Saikia Garg @zeal.creationsওচৰত চিৰকৃতজ্ঞ | 🙏🙏 #justiceforzubeengarg
This post was published on 03rd November, 2025 by Sunita on her Instagram handle "@sunitakaushik5 (Sunita Kaushik)". Sunita has total 270.1K followers on Instagram and has a total of 1.5K post.This post has received 9.3K Likes which are lower than the average likes that Sunita gets. Sunita receives an average engagement rate of 4.64% per post on Instagram. This post has received 45 comments which are lower than the average comments that Sunita gets. Overall the engagement rate for this post was lower than the average for the profile. #justiceforzubeengarg has been used frequently in this Post.