
শেষ বাৰৰ কাৰনে জুবিন দাক ওচৰৰ পৰা চাই আহিলো | শান্তকে শুই আছিল | শ্ৰদ্ধাঞ্জলি দিয়াৰ সময়ত ফটো উঠিব লাগে বুলিও নাভাবিলো | মানুহে কেনেকৈ জানো photo, video কৰি আছিল !! হয়তো শেষ স্মৃতি ৰাখিছে আপোনাৰ | এটা কথা কিন্তু বুজি পালো মনত শুদ্ধতা থকা মানুহক কিমান বেচি নিঃস্বাৰ্থভাবে মানুহে ভাল পাবো পাৰে | আপোনাৰ বিদায় বেলাৰ সাক্ষী হৈ মই ধন্য | আৰু মোৰ অভিনয় জীৱনত আপোনাক ওচৰৰ পৰা লগ পোৱা , একেলগে কাম কৰিব পোৱাটো মোৰ সৌভাগ্য আছিল| আপুনি য'তেই আছে শান্তিৰে থাকক, গান গাই থাকক | 🙏 লগতে আপোনাৰ লগত যদি কিবা অন্যায় হৈছে তাৰো উচিত তদন্ত হব লাগে | 🙏🙏
This post was published on 23rd September, 2025 by Sunita on her Instagram handle "@sunitakaushik5 (Sunita Kaushik)". Sunita has total 268.4K followers on Instagram and has a total of 1.4K post.This post has received 1.0K Likes which are lower than the average likes that Sunita gets. Sunita receives an average engagement rate of 0.74% per post on Instagram. This post has received 5 comments which are lower than the average comments that Sunita gets. Overall the engagement rate for this post was lower than the average for the profile.