
২০২৫ কেৱল এটা বছৰ নাছিল, এই বছৰৰ ছেপ্টেম্বৰ মাহত সেই অভিশপ্ত দিনটোত এনে এটা খবৰ আহিছিল যিটো খবৰ বিশ্বাস কৰিবলৈ, যিটো খবৰ শুনিবলৈ আমাৰ কাৰোৰে মন নাছিল। আমি আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাক হেৰুৱাইছিলো। ই এনে এটা সত্য আছিল, যিটো মানি ল'ব আমাৰ বুকুত সাহস নাছিল। তেখেতৰ অবিহনে আমাৰ বিহু আধৰুৱা , আমি আধৰুৱা 🙁 দাদালৈ হিয়াজুৰি মৰম আৰু শ্ৰদ্ধা যাচিছোঁ। আপুনি য'তেই আছে তাৰ পৰাই আমাক আশীৰ্বাদ কৰি যাব। মোৰ বাবে ২০২৫ এনে এটা বছৰ আছিল য’ত মই কেৱল সফলতাই নহয়, বৰঞ্চ নিজক বুজিবলৈ শিকিলোঁ। 💭 আজিৰ দিনটোলৈ মই যি কিছু পাইছোঁ, যি অলপ আগবাঢ়িব পাৰিছোঁ, সেইবোৰত কেৱল মাত্ৰ মোৰ পৰিশ্ৰমেই নহয়, তাত আপোনালোক সকলোৰে সমৰ্থন আৰু বিশ্বাস জড়িত হৈ আছে 🤍 আপোনালোকৰ এটা মেছেজ, এটা লাইক বা এটা কমেণ্টেই মোক আগবাঢ়িবলৈ বহু সাহস দিয়ে , তাৰ বাবে আপোনালোকক হৃদয়ৰ পৰা ধন্যবাদ ❤️ আহি থকা দিনবোৰতো যাতে আপোনালোকৰ মোৰ প্ৰতি থকা বিশ্বাস, আৰু মৰমবোৰ অটুট ৰাখিব পাৰো তাৰ বাবে সদায় চেষ্টা কৰি যাম। "২০২৬" এই নতুন বছৰত যাতে জুবিন দাই ন্যায় পাই আৰু আপোনালোক সকলোৱে কুশলে থাকে, সুস্থ-স্বাভাৱিকভাৱে জীৱন অতিবাহিত কৰে—এইয়াই মোৰ আন্তৰিক কামনা।❤️ Happy New Year 🎉 #newyaer #happynewyear #happynewyear2026 ❤️❤️ জয় জুবিন দা #JusticeforZubeenGarg ❤️❤️
This post was published on 31st December, 2025 by Diganta on his Instagram handle "@axom_tech_ (Diganta Kumar || অসমীয়া Tech 📱🧠)". Diganta has total 100.1K followers on Instagram and has a total of 476 post.This post has received 942 Likes which are lower than the average likes that Diganta gets. Diganta receives an average engagement rate of 2.22% per post on Instagram. This post has received 10 comments which are lower than the average comments that Diganta gets. Overall the engagement rate for this post was lower than the average for the profile. #JusticeforZubeenGarg #happynewyear #happynewyear2026 #newyaer has been used frequently in this Post.